6 Comments

  1. সচাকৈ বহুত বহুত ভাল লাগিছে , যে ৰেডিঅ' সেই program বোৰ আকৌ শুনিবলৈ পাম online যোগে .ধন্যবাদ জনাছোঁ আপোনালোকক .আৰু অভিনন্দন জনাইছোঁ আকাশবাণী ডিব্ৰুগড় চেন্টাৰলৈ. এনেকোৱা এটা program আমাৰ মাজলৈ Youtube যোগেদি বিলাই দিয়াৰ বাবে…

  2. আমাৰ বাবে এটি সু-খবৰ | এনে এটি সুন্দৰ পদক্ষেপ লোৱাৰ বাবে আকাশবাণীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ |

Leave a Reply

Your email address will not be published.


*